Edited a blog post

Two Assamese Story Which Change Your Life দুটি গল্প যিয়ে সলনি কৰি দিব আপোনাক


Assamese Life Changing Story No 1 গল্প ১

টাইটানিক জাহাজখনৰ কথা আমি সকলোৱে শুনিছো। নহয়নে বাৰু? এই টাইটানিক জাহাজখন ডুবিবলৈ ধৰা সময়ত তাৰ আশেপাশে আৰু তিনিখন জাহাজ আছিল। তাৰে এখন জাহাজৰ নাম আছিল চিম্পচন। সেইখন আছিল টাইটানিক জাহাজখনৰ পৰা সাত মাইল দূৰত । সেই জাহাজৰ যাত্রীসকলে টাইটানিকৰ পৰা নিক্ষিপ্ত বগা স্ফুলিংগ দেখা পাইছিল। টাইটানিক জাহাজৰ পৰা বিপদ সংকেত অহাৰ পিছতো চিম্পচন জাহাজখন আগুৱাই নাহিল কাৰণ সেই জাহাজখনে সেই সময়ত সাগৰত অবৈধভাবে চীল চিকাৰ কৰি আছিল । বিপদত আগুৱাই আহি ওলোটাই নিজে ধৰা পৰাৰ ভয়ত চিম্পচন জাহাজখনে বিপৰীত পথেৰে যাত্ৰা কৰিবলৈ ধৰিলে । আৰু এখন জাহাজৰ নাম আছিল কেলিফ'র্নিয়া। এইখন জাহাজখন টাইটানিকৰ পৰা চৈধ্য মাইল দূৰত আছিল।

Read more
Two Assamese Story Which Change Your Life দুটি গল্প যিয়ে সলনি কৰি দিব আপোনাক

#storysedih #storygram #storywajawa #storybola